അർത്ഥം : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
പര്യായപദങ്ങൾ : খদ্যোত, জোনাকী, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ