പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জ্বলোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জ্বলোৱা   ক্ৰিয়া

അർത്ഥം : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা

ഉദാഹരണം : আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে

അർത്ഥം : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

ഉദാഹരണം : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

പര്യായപദങ്ങൾ : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

അർത്ഥം : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা

ഉദാഹരണം : জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে

അർത്ഥം : চাকি আদি জ্বলা কার্য

ഉദാഹരണം : মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে

പര്യായപദങ്ങൾ : প্রজ্বলন কৰা