പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জ্বলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জ্বলা   বিশেষ্য

അർത്ഥം : জ্বলা হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : জ্বলাৰ কাৰণে মই এই আঞ্জাখন খাব নোৱাৰিলোঁ

জ্বলা   ক্ৰিয়া

അർത്ഥം : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা

ഉദാഹരണം : বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল

പര്യായപദങ്ങൾ : জ্বলি যোৱা

അർത്ഥം : আনৰ লাভ বা হীত দেখি মনত হোৱা পোৰণি

ഉദാഹരണം : ৰামৰ উন্নতি দেখি শ্যাম জ্বলে

പര്യായപദങ്ങൾ : ঈর্ষা কৰা, দ্বেষ কৰা

അർത്ഥം : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা

ഉദാഹരണം : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে

പര്യായപദങ്ങൾ : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা

അർത്ഥം : জুইৰ সংস্পর্শত ্এঙাৰ বা ছাই হোৱা কার্য

ഉദാഹരണം : চৌকাত জুই জ্বলি আছে

പര്യായപദങ്ങൾ : জ্বলি থকা, দগ্ধ হোৱা

জ্বলা   বিশেষণ

അർത്ഥം : জ্বলা বা জ্বলোৱা

ഉദാഹരണം : তেওঁ দগ্ধ মুখখন দেখাত ভয়ানক লাগে

പര്യായപദങ്ങൾ : দগ্ধ