അർത്ഥം : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
ഉദാഹരണം :
কাপোৰৰ জোৰাখিনি ফাটি থাকিল
പര്യായപദങ്ങൾ : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল
അർത്ഥം : অন্য কোনো বস্তুৰ শেষত লগোৱা
ഉദാഹരണം :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
പര്യായപദങ്ങൾ : জোৰা লগোৱা, সংলগ্ন কৰা