പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জোৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জোৰ   বিশেষ্য

അർത്ഥം : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব

ഉദാഹരണം : মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে

അർത്ഥം : শৰীৰৰ বল

ഉദാഹരണം : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

പര്യായപദങ്ങൾ : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি

അർത്ഥം : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ഉദാഹരണം : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

പര്യായപദങ്ങൾ : তেজ, পৰাক্রম, বল, শকতি, শক্তি

জোৰ   বিশেষণ

അർത്ഥം : জোৰকৈ

ഉദാഹരണം : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম

പര്യായപദങ്ങൾ : উৎকট, তীব্র, প্রচণ্ড, প্রৱল