അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
ഉദാഹരണം : মোৰ ধনৰ মোনাটো চুৰি হʼল
പര്യായപദങ്ങൾ : বেগ, মোনা
അർത്ഥം : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
ഉദാഹരണം : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
പര്യായപദങ്ങൾ : মোনা
അർത്ഥം : যʼত কোনো বস্তু ৰখা যায়
ഉദാഹരണം : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
പര്യായപദങ്ങൾ : জুলি, পকেট, সৰু মোনা
ഇൻസ്റ്റാൾ ചെയ്യുക