അർത്ഥം : কোনো বস্তুৰ আন কোনো বস্তু বা স্থান আদিত সহজে ওলাব নোৱাৰাকৈ সোমাই ধৰা
ഉദാഹരണം :
উৰণাখন কাঁইটত জোঁট লাগি গʼল
അർത്ഥം : যিটোত মেৰ-পেচত লাগিছে
ഉദാഹരണം :
তেওঁ খেলি-মেলি লগা কামটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে
പര്യായപദങ്ങൾ : আউল লগা, খেলি-মেলি লগা, জেং লগা