അർത്ഥം : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
ഉദാഹരണം :
পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
പര്യായപദങ്ങൾ : উচ্ছিষ্ট
അർത്ഥം : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
ഉദാഹരണം :
জুঠা আনক দিব নালাগে
പര്യായപദങ്ങൾ : উচ্ছিষ্ট ভোজন
അർത്ഥം : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
ഉദാഹരണം :
জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয় মায়ে জুঠা বাচনবোৰক ধুই আছে