പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জীৱন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জীৱন   বিশেষ্য

അർത്ഥം : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

ഉദാഹരണം : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

പര്യായപദങ്ങൾ : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

അർത്ഥം : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

ഉദാഹരണം : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

അർത്ഥം : জীয়াই থকা অৱস্থা

ഉദാഹരണം : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

പര്യായപദങ്ങൾ : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

അർത്ഥം : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

ഉദാഹരണം : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

പര്യായപദങ്ങൾ : আয়ুস

അർത്ഥം : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

ഉദാഹരണം : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

അർത്ഥം : জীৱিত প্রাণী

ഉദാഹരണം : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল