അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জীৱন অতিবাহিত কৰা:তেওঁ বৰ কষ্টত জীয়াই আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : জী, জীৱন-যাপন কৰা, বাচা
അർത്ഥം : যʼত চেতনা আছে
ഉദാഹരണം : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
പര്യായപദങ്ങൾ : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
അർത്ഥം : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ഉദാഹരണം : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
പര്യായപദങ്ങൾ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
ഇൻസ്റ്റാൾ ചെയ്യുക