അർത്ഥം : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ
ഉദാഹരണം :
মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়
അർത്ഥം : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ
ഉദാഹരണം :
খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে
പര്യായപദങ്ങൾ : জালুক গছ