അർത്ഥം : জার্মানী, অষ্ট্রিয়া বা তাৰ ওচৰ-পাজৰৰ অঞ্চলত কোৱা এটি ভাষা
ഉദാഹരണം :
এই কিতাপখন জার্মানত লিখা
പര്യായപദങ്ങൾ : জার্মান ভাষা, জার্মান-ভাষা
അർത്ഥം : জার্মানীৰ অধিবাসী
ഉദാഹരണം :
আমাৰ গৱেষণাগাৰত দুজন জার্মানে কাম কৰি আছে
പര്യായപദങ്ങൾ : জার্মান বাসী, জার্মান-বাসী, জার্মানবাসী
അർത്ഥം : জার্মানীৰ বা জার্মানীৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
শ্যামে জার্মান সংস্কৃতিৰ পোষকতা কৰে
അർത്ഥം : জার্মানত থকা বা বসতি কৰা
ഉദാഹരണം :
আমাৰ দেশলৈ বহুতো জার্মান পর্যটক আহে