അർത്ഥം : জাগ্রত অৱস্থাত টোপনি নোযোৱাকৈ থকা
ഉദാഹരണം :
তেওঁ ্ভালেমান দিনৰ পৰা জাগি আছে
പര്യായപദങ്ങൾ : সাৰে থকা
അർത്ഥം : শাৰীৰিক বা মানসিক ভাৱে সতর্ক হৈ থকা
ഉദാഹരണം :
সীমান্তত সকলো সময়তে সৈনিকসকল জাগি থাকে
പര്യായപദങ്ങൾ : সজাগ হোৱা, সাৱধান হোৱা