അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়
ഉദാഹരണം : জলাশয়ত পদুম ফুল ফুলি আছে
പര്യായപദങ്ങൾ : হ্রদ
അർത്ഥം : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
ഉദാഹരണം : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
പര്യായപദങ്ങൾ : খাল, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ
അർത്ഥം : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
ഉദാഹരണം : তেওঁ সৰোবৰত গা ধুই আছে
പര്യായപദങ്ങൾ : ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ, হ্রদ
ഇൻസ്റ്റാൾ ചെയ്യുക