അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পৃথিৱীৰ যি ভাগত পানী থাকে
ഉദാഹരണം : পৃথিৱীৰ প্রায় এক তৃতীয়াংশই জলীয় ধৰাতলেৰে আগুৰি আছে
പര്യായപദങ്ങൾ : জলীয় ধৰাতল, জলীয়-ধৰাতল
അർത്ഥം : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
ഉദാഹരണം : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
പര്യായപദങ്ങൾ : অপ, অম্বু, অম্ভ, উদক, নীৰ, পানী, পয়, বাৰি, সলিল
ഇൻസ്റ്റാൾ ചെയ്യുക