അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য
ഉദാഹരണം : পাহাৰত বৰফ জমিছে
അർത്ഥം : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য
ഉദാഹരണം : ছাদৰ চিৰিত শেলাই জমিছে
അർത്ഥം : ৰখা বা জমা কৰা হোৱা
ഉദാഹരണം : জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়
പര്യായപദങ്ങൾ : জমাকৃত
അർത്ഥം : ৰাখি থোৱা
ഉദാഹരണം : দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে
അർത്ഥം : একে ঠাইতে গোটোৱা বা একেলগ কৰা
ഉദാഹരണം : এই বছৰ স্নান-মেলাত একত্রিত হোৱা মানুহৰ মাজত খুউব হুলস্থূল হৈছিল
പര്യായപദങ്ങൾ : একত্র, একত্রিত
ഇൻസ്റ്റാൾ ചെയ്യുക