അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য
ഉദാഹരണം : সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে
പര്യായപദങ്ങൾ : বহা
അർത്ഥം : যি জন্ম হয়
ഉദാഹരണം : জন্মাজনৰ মৃত্যু নিশ্চিত
പര്യായപദങ്ങൾ : উপজাত, উৎপন্ন, জনিত, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সঞ্জাত, সম্ভূত
ഇൻസ്റ്റാൾ ചെയ്യുക