അർത്ഥം : জড় হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
জড় পদার্থত ্জড়তা পোৱা যায়
പര്യായപദങ്ങൾ : অচেতনতা, চেতনহীনতা, চেতনাহীনতা, জড়ত্ব, জীৱনহীনতা
അർത്ഥം : গতিহীন হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
গতিহীনতাৰ কাৰণে গছ-গছনিয়ে একে ঠাইতে স্থিৰ হৈ থাকে
പര്യായപദങ്ങൾ : অচলতা, গতিশূন্যতা, গতিহীনতা, গতিৰাহিত্য, নিশ্চলতা, বেগহীনতা, স্থবিৰতা