അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি চলা-ফুলা কৰিব পাৰে
ഉദാഹരണം : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
പര്യായപദങ്ങൾ : গতিশীল, সচল
അർത്ഥം : যাৰ গতি আছে বা যি চলিব পাৰে
ഉദാഹരണം : যন্ত্র গতিশীল অৱস্থাত আছে
പര്യായപദങ്ങൾ : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, সঞ্চৰণমান, সঞ্চৰণশীল
അർത്ഥം : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
ഉദാഹരണം : গহনা, কাপোৰ আদি জংগম সম্পত্তি
പര്യായപദങ്ങൾ : চলমান, জংগম
ഇൻസ്റ്റാൾ ചെയ്യുക