അർത്ഥം : কোনো তৰল পদার্থ ছটিওৱা কার্য
ഉദാഹരണം :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
പര്യായപദങ്ങൾ : সিঁচা
അർത്ഥം : কোনো বস্তু ইফালে-সিফালে পেলোৱা
ഉദാഹരണം :
চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে
പര്യായപദങ്ങൾ : সিঁচা
അർത്ഥം : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
ഉദാഹരണം :
আঞ্জাত নিমখ ছটিয়াই দিয়া
പര്യായപദങ്ങൾ : ছটিয়াই দিয়া
അർത്ഥം : পানী ছটিওৱা কার্য
ഉദാഹരണം :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
പര്യായപദങ്ങൾ : ছটিয়াই দিয়া
അർത്ഥം : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
ഉദാഹരണം :
ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
പര്യായപദങ്ങൾ : বর্ষণ ্কৰা
അർത്ഥം : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
ഉദാഹരണം :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
പര്യായപദങ്ങൾ : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা