അർത്ഥം : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
ഉദാഹരണം :
তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
അർത്ഥം : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
ഉദാഹരണം :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
പര്യായപദങ്ങൾ : চৰা
അർത്ഥം : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
ഉദാഹരണം :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
പര്യായപദങ്ങൾ : টনা
അർത്ഥം : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
ഉദാഹരണം :
ঢোলবাদকে ঢোল চৰাইছে
അർത്ഥം : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
ഉദാഹരണം :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
പര്യായപദങ്ങൾ : অভিলেপ কৰা, লগোৱা