അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
ഉദാഹരണം : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
പര്യായപദങ്ങൾ : চৰোৱা
അർത്ഥം : স্বৰ তীব্র হোৱা
ഉദാഹരണം : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে
പര്യായപദങ്ങൾ : ওপৰত উঠা
അർത്ഥം : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য
ഉദാഹരണം : গাইজনী পথাৰত চৰি আছে
അർത്ഥം : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
ഉദാഹരണം : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
പര്യായപദങ്ങൾ : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ
ഇൻസ്റ്റാൾ ചെയ്യുക