അർത്ഥം : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য
ഉദാഹരണം :
তেওঁ কলমটো কামুৰি আছে
പര്യായപദങ്ങൾ : কামুৰি থকা, কামোৰা
അർത്ഥം : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
ഉദാഹരണം :
তেওঁ মর্টন ্চোৱাই আছে
പര്യായപദങ്ങൾ : খোৱা