പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চোৱা   ক্ৰিয়া

അർത്ഥം : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা

ഉദാഹരണം : শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল

പര്യായപദങ്ങൾ : চাই থকা

അർത്ഥം : নিৰীক্ষণ কৰা

ഉദാഹരണം : মই এই যন্ত্রটোৰ কার্য্প্র্্ণালী চালোঁ

പര്യായപദങ്ങൾ : দেখা

അർത്ഥം : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা

ഉദാഹരണം : চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে

പര്യായപദങ്ങൾ : ধ্যান দিয়া

അർത്ഥം : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা

ഉദാഹരണം : মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ

അർത്ഥം : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা

ഉദാഹരണം : চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই

അർത്ഥം : দৃষ্টি নিক্ষেপ কৰা

ഉദാഹരണം : দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে

പര്യായപദങ്ങൾ : দেখা