അർത്ഥം : ঘৰৰ আগফাল, মাজভাগ বা পাছফালে থকা আহল-বহল মুকলি অংশ:লʼৰা-ছোৱালীবোৰে চোতালত খেলি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অংগন, আঙ্গিনা, প্রাঙ্গন, মুক্তাঙ্গন
അർത്ഥം : কোনো ভৱন আদিৰ মাজত বা আগফাল বা পিছফালে থকা মুকলি ঠাই বিশেষ
ഉദാഹരണം :
ছিৰি সাজিবৰ কাৰণে নতুন ভৱনটোত চোতাল ৰাখি থোৱা হৈছে