അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ഉദാഹരണം : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
പര്യായപദങ്ങൾ : আত্মা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
അർത്ഥം : জীয়াই থকা অৱস্থা
ഉദാഹരണം : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
പര്യായപദങ്ങൾ : জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
അർത്ഥം : জ্ঞান আৰু বুদ্ধি
ഉദാഹരണം : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
പര്യായപദങ്ങൾ : বিচাৰ-বুদ্ধি, সংজ্ঞা
അർത്ഥം : বোধ ওপজা বৃত্তি বা শক্তি
ഉദാഹരണം : চেতনাই জীয়াই থকাৰ লক্ষণ
പര്യായപദങ്ങൾ : গমগতি, চম্বিত, জ্ঞান, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ഇൻസ്റ്റാൾ ചെയ്യുക