അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : চীন দেশৰ নিবাসী
ഉദാഹരണം : ভালেকেইজন চীনা মোৰ ভাল বন্ধু
പര്യായപദങ്ങൾ : চীন নিবাসী, চীনবাসী
അർത്ഥം : চীন দেশৰ ভাষা
ഉദാഹരണം : তেওঁ চীনা ভাষা কʼব পাৰে
പര്യായപദങ്ങൾ : চীনা ভাষা
അർത്ഥം : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
ഉദാഹരണം : চীনা লিপি চিত্র্্ধর্মী
പര്യായപദങ്ങൾ : চীনা লিপি
അർത്ഥം : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
ഉദാഹരണം : এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
പര്യായപദങ്ങൾ : চীনৰ
അർത്ഥം : চীন দেশত থকা বা বসতি কৰা
ഉദാഹരണം : চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
അർത്ഥം : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
ഉദാഹരണം : সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে
ഇൻസ്റ്റാൾ ചെയ്യുക