അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
ഉദാഹരണം : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
പര്യായപദങ്ങൾ : চিন, নিচান, প্রতীক, সংকেত
അർത്ഥം : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
ഉദാഹരണം : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
പര്യായപദങ്ങൾ : চাপ, চিন, নিচান
അർത്ഥം : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু
ഉദാഹരണം : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন
പര്യായപദങ്ങൾ : চিন, স্মৃতিচিহ্ন
ഇൻസ്റ്റാൾ ചെയ്യുക