അർത്ഥം : কোনো ফেক্টৰী, ভৱন আদিৰ ওপৰৰফালে ধোঁৱা ওলাবৰ কাৰণে সজা ছেদযুক্ত চিমনি বিশেষ
ഉദാഹരണം :
ফেক্টৰীৰ চিমনিৰ পৰা ধোঁৱা ওলায় আছে
അർത്ഥം : বন্তিৰ চাৰিওফালে দিয়া স্বচ্ছ ঢাকনি বা আৱৰণ
ഉദാഹരണം :
তেওঁ চিমনিৰ ছাই গুচাই আছে