പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চিন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চিন   বিশেষ্য

അർത്ഥം : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

ഉദാഹരണം : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

പര്യായപദങ്ങൾ : চিহ্ন, নিচান, প্রতীক, সংকেত

അർത്ഥം : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

ഉദാഹരണം : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

പര്യായപദങ്ങൾ : চাপ, চিহ্ন, নিচান

അർത്ഥം : কোনো বস্তুৰ ওপৰত চিহ্ন লগোৱা বা বনোৱা কার্য

ഉദാഹരണം : তেওঁ কিতাপখনৰ গুৰুত্বপূর্ণ ্পাঠবোৰত চিন দিছে

പര്യായപദങ്ങൾ : অংকন, মার্ক

അർത്ഥം : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু

ഉദാഹരണം : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন

പര്യായപദങ്ങൾ : চিহ্ন, স্মৃতিচিহ্ন