അർത്ഥം : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে
ഉദാഹരണം :
তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে
അർത്ഥം : বিচলিত নোহোৱাকৈ
ഉദാഹരണം :
তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
പര്യായപദങ്ങൾ : পোনপটীয়াকৈ
അർത്ഥം : মধ্যস্থতা নোহোৱাকৈ
ഉദാഹരണം :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
പര്യായപദങ്ങൾ : পোনপটীয়াকৈ, পোনে-পোনে