അർത്ഥം : চিকাৰ কৰা ব্যক্তি
ഉദാഹരണം :
চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
പര്യായപദങ്ങൾ : ব্যাধ
അർത്ഥം : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
ഉദാഹരണം :
তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
അർത്ഥം : চিকাৰ কৰোঁতা
ഉദാഹരണം :
ঈগল এবিধ চিকাৰী চৰাই