അർത്ഥം : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
ഉദാഹരണം :
আজি মই ভাল চিকাৰ ফান্দত পেলালো
അർത്ഥം : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
ഉദാഹരണം :
চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
അർത്ഥം : বনৰীয়া পশু-পক্ষীক মৰা কার্য
ഉദാഹരണം :
প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
പര്യായപദങ്ങൾ : মৃগয়া