അർത്ഥം : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
ഉദാഹരണം :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
പര്യായപദങ്ങൾ : চাহ গছ, চাহপাত, চাহপাতৰ গছ
അർത്ഥം : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ
ഉദാഹരണം :
মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়
അർത്ഥം : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
ഉദാഹരണം :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
പര്യായപദങ്ങൾ : চাহপাত