അർത്ഥം : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
ഉദാഹരണം :
বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
പര്യായപദങ്ങൾ : বগা
അർത്ഥം : পৰিধান নকৰা (কাপোৰ)
ഉദാഹരണം :
মোৰ আইতাই চাদা শাৰী কেতিয়াও নিপিন্ধিছিল
അർത്ഥം : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
ഉദാഹരണം :
তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
പര്യായപദങ്ങൾ : উকা