അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ഉദാഹരണം : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
പര്യായപദങ്ങൾ : চকা
അർത്ഥം : মৌমাখি আদিৰ ঘৰ
ഉദാഹരണം : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
പര്യായപദങ്ങൾ : মৌচাক
അർത്ഥം : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
ഉദാഹരണം : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
ഇൻസ്റ്റാൾ ചെയ്യുക