അർത്ഥം : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
ഉദാഹരണം :
আজি বাৱতৰ বস্তিত লাঠী চলিল
അർത്ഥം : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
ഉദാഹരണം :
তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে
പര്യായപദങ്ങൾ : চালি লোৱা
അർത്ഥം : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
ഉദാഹരണം :
এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
അർത്ഥം : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
ഉദാഹരണം :
চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
അർത്ഥം : কোনো বস্তু আদিৰ প্রচলনত অহা
ഉദാഹരണം :
টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
പര്യായപദങ്ങൾ : প্রচলিত হোৱা
അർത്ഥം : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ഉദാഹരണം :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
പര്യായപദങ്ങൾ : টিকা
അർത്ഥം : প্রভুত্ব বিস্তাৰ কৰা কার্য
ഉദാഹരണം :
গাঁৱত তেওঁৰ বহুত চলে