പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চলা   ক্ৰিয়া

അർത്ഥം : গতিত থকা

ഉദാഹരണം : গাঁৱত এতিয়াও ৰামায়ণ পাঠ চলি আছে

പര്യായപദങ്ങൾ : অব্যাহত থকা

അർത്ഥം : আচৰণ বা ব্যৱহাৰ আদিত প্রয়োগ কৰিবৰ কাৰণে কৰা আশানুৰূপ কাম

ഉദാഹരണം : মোৰ দহ-বছৰ পুৰণি গাড়ীখন আজিও চলি আছে

പര്യായപദങ്ങൾ : কাম কৰা, চলি থকা

അർത്ഥം : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা

ഉദാഹരണം : তেওঁৰ ব্যৱসায় চলি আছে

പര്യായപദങ്ങൾ : চলি থকা

അർത്ഥം : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা

ഉദാഹരണം : আজি বাৱতৰ বস্তিত লাঠী চলিল

അർത്ഥം : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়

ഉദാഹരണം : তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে

പര്യായപദങ്ങൾ : চালি লোৱা

അർത്ഥം : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা

ഉദാഹരണം : এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব

അർത്ഥം : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা

ഉദാഹരണം : চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে

അർത്ഥം : কোনো বস্তু আদিৰ প্রচলনত অহা

ഉദാഹരണം : টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল

പര്യായപദങ്ങൾ : প্রচলিত হোৱা

അർത്ഥം : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া

ഉദാഹരണം : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে

പര്യായപദങ്ങൾ : টিকা

അർത്ഥം : প্রভুত্ব বিস্তাৰ কৰা কার্য

ഉദാഹരണം : গাঁৱত তেওঁৰ বহুত চলে