അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি চলি আছে বা যাক চলাই থকা হৈছে
ഉദാഹരണം : এতিয়া আমি এই চালিত যন্ত্রটো বন্ধ কৰা উচিত
പര്യായപദങ്ങൾ : চলন্ত, চালিত, পৰিচালিত
അർത്ഥം : যাৰ গতি আছে বা যি চলিব পাৰে
ഉദാഹരണം : যন্ত্র গতিশীল অৱস্থাত আছে
പര്യായപദങ്ങൾ : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলিষ্ণু, চালু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
അർത്ഥം : যাৰ পৰা কোনো প্রকাৰে কাম চলাব পৰা যায়
ഉദാഹരണം : এই যন্ত্রটো মই চলমান কৰি তুলিলোঁ
പര്യായപദങ്ങൾ : কাম-চালু
അർത്ഥം : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
ഉദാഹരണം : গহনা, কাপোৰ আদি জংগম সম্পত্তি
പര്യായപദങ്ങൾ : জংগম, জঙ্গম
ഇൻസ്റ്റാൾ ചെയ്യുക