പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চম্ভালা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চম্ভালা   ক্ৰিয়া

അർത്ഥം : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

ഉദാഹരണം : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

പര്യായപദങ്ങൾ : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

അർത്ഥം : কোনো কাম আদিৰ দায়িত্ব লোৱা

ഉദാഹരണം : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

അർത്ഥം : ৰোধ কৰি বশত অনা

ഉദാഹരണം : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

അർത്ഥം : কোনো মনোবেগক বাধা দিয়া

ഉദാഹരണം : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

അർത്ഥം : কোনো বস্তু ভালে আছে নে নাই চোৱা

ഉദാഹരണം : নিজৰ কাপোৰ চম্ভালা