അർത്ഥം : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী
ഉദാഹരണം :
তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে
പര്യായപദങ്ങൾ : বৃত্ত
അർത്ഥം : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়
ഉദാഹരണം :
এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে
അർത്ഥം : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা
ഉദാഹരണം :
মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল
അർത്ഥം : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
ഉദാഹരണം :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
പര്യായപദങ്ങൾ : চকা