പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള চকী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

চকী   বিশেষ্য

അർത്ഥം : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে

ഉദാഹരണം : আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল

പര്യായപദങ്ങൾ : পহৰা চকী

അർത്ഥം : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়

ഉദാഹരണം : যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল

പര്യായപദങ്ങൾ : ডাক-চকী

അർത്ഥം : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে

ഉദാഹരണം : আমি চকীত দুশটকা দিবলগীয়া হʼল

പര്യായപദങ്ങൾ : উপশুল্ক সংগ্রহ চকী

അർത്ഥം : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন

ഉദാഹരണം : দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে

പര്യായപദങ്ങൾ : মাচিয়া