അർത്ഥം : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা
ഉദാഹരണം :
কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে
പര്യായപദങ്ങൾ : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম
അർത്ഥം : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
ഉദാഹരണം :
চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
പര്യായപദങ്ങൾ : অতিথি-কোঠা, বৈঠকখানা