പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ঘোলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ঘোলা   ক্ৰিয়া

അർത്ഥം : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য

ഉദാഹരണം : আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ

പര്യായപദങ്ങൾ : মিশ্রিত কৰা, মিহলি কৰা, মিহলোৱা, সংমিশ্রিত কৰা

ঘোলা   বিশেষণ

അർത്ഥം : মাটি মিহলি হৈ থকা পানী বিশেষ

ഉദാഹരണം : বাৰিষা কালত পুখুৰীৰ পানী ঘোলা হৈ থাকে

അർത്ഥം : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ഉദാഹരണം : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

പര്യായപദങ്ങൾ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা