പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ঘেৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ঘেৰা   বিশেষ্য

അർത്ഥം : বেৰ আদিৰে ঘেৰি থকা ঠাই

ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

പര്യായപദങ്ങൾ : বেৰা

അർത്ഥം : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ

ഉദാഹരണം : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে

ঘেৰা   ক্ৰিয়া

അർത്ഥം : চাৰিওফালৰ পৰা ঘেৰি দিয়া

ഉദാഹരണം : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

പര്യായപദങ്ങൾ : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া

അർത്ഥം : চাৰিওফালে ৰখা বা আগুৰি লোৱা

ഉദാഹരണം : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

പര്യായപദങ്ങൾ : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা

അർത്ഥം : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা

ഉദാഹരണം : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে

പര്യായപദങ്ങൾ : ঘেৰি ধৰা

ঘেৰা   বিশেষণ

അർത്ഥം : যিটো ঘেৰি থোৱা হৈছে

ഉദാഹരണം : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা

പര്യായപദങ്ങൾ : আৱৰা, বেষ্টিত