അർത്ഥം : প্রবৃত্ত কৰা
ഉദാഹരണം :
গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
പര്യായപദങ്ങൾ : ঘূৰাই দিয়া
അർത്ഥം : চাৰিওফালে ফুৰা
ഉദാഹരണം :
বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
അർത്ഥം : দিশ পৰি্বর্তন ্কৰা
ഉദാഹരണം :
পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
അർത്ഥം : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
ഉദാഹരണം :
গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
പര്യായപദങ്ങൾ : ফুৰোৱা
അർത്ഥം : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
ഉദാഹരണം :
তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
അർത്ഥം : বতাহত ইফালে-সিফালে হালি থকা
ഉദാഹരണം :
প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে