പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ঘূৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ঘূৰা   ক্ৰিয়া

അർത്ഥം : কোনো ঠাইত কৰা ঘূৰা-ফুৰা

ഉദാഹരണം : আমি গোৱাও ভ্রমণ কৰিছোঁ

പര്യായപദങ്ങൾ : ফুৰা, ভ্রমণ কৰা

അർത്ഥം : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

ഉദാഹരണം : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

പര്യായപദങ്ങൾ : দৌৰা, লৰা-ঢপৰা কৰা

അർത്ഥം : দিশ পৰিব্্র্তন ্ কৰা

ഉദാഹരണം : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

പര്യായപദങ്ങൾ : ঘূৰি যোৱা, পকা, পাক দিয়া, মূৰ লোৱা

അർത്ഥം : পিছৰফাললৈ ঘূৰা

ഉദാഹരണം : ৰামৰ মাত শুনি শ্যামে উভতি চালে

പര്യായപദങ്ങൾ : উভতি চোৱা, ঘূৰি চোৱা

അർത്ഥം : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য

ഉദാഹരണം : পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে

അർത്ഥം : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা