അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে
ഉദാഹരണം : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে
അർത്ഥം : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
ഉദാഹരണം : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
പര്യായപദങ്ങൾ : হিংসুক, হিংস্র
അർത്ഥം : যি কাৰোবাক হত্যা কৰিছে
ഉദാഹരണം : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
പര്യായപദങ്ങൾ : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
അർത്ഥം : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
ഉദാഹരണം : এই বিহখিনি মাৰক ঔষধ
പര്യായപദങ്ങൾ : মাৰক
ഇൻസ്റ്റാൾ ചെയ്യുക