അർത്ഥം : নাৰীয়ে ককালত মেৰিয়াই পিন্ধা ঘূৰণীয়া আৰু ভাঁজ দিয়া সাজ
ഉദാഹരണം :
ঘাঘৰাই ককালৰ পৰা গোৰোহালৈকে ঢাকি ৰাখে
പര്യായപദങ്ങൾ : ঘাগৰা
അർത്ഥം : ঘাগৰা, পায়জামা আদি বান্ধিবৰ কাৰণে সূতাৰে বনাই লোৱা এক ধৰণৰ ৰছী
ഉദാഹരണം :
ঘাঘড়াত গাঁঠিলগাৰ কাৰণে তাক কাটিবলগীয়া হʼল
പര്യായപദങ്ങൾ : কমৰবান্ধনি, ঘাঘড়া