അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ব্যৱস্থাৰ অভাৱ
ഉദാഹരണം : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
പര്യായപദങ്ങൾ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, বিশৃংখলা, হুলস্থূল
അർത്ഥം : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
ഉദാഹരണം : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
പര്യായപദങ്ങൾ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘোটালা, বিশৃঙ্খলা
അർത്ഥം : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
ഉദാഹരണം : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
പര്യായപദങ്ങൾ : উখল-মাখল, হুলস্থূল
ഇൻസ്റ്റാൾ ചെയ്യുക