അർത്ഥം : নিজৰ সেৱা কৰোৱাৰ কাৰণে মূল্য দি ক্রয় কৰা ব্যক্তি
ഉദാഹരണം :
পুৰণিকালত দাসীৰ ক্রয়-বিক্রয় হৈছিল
പര്യായപദങ്ങൾ : দাসী
അർത്ഥം : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
ഉദാഹരണം :
মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
പര്യായപദങ്ങൾ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক